Donate
ভিৰ দেভিৰা

ভিৰ ল (Assamese) [ Roman: bhir lo]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2013-01-29
Ref: চন্দ্ৰকান্ত অভিধান
1. (Verb-Trans.) to become curved, crooked, or bent downwards. তললৈ বহি যা বা সাধাৰণ অৱস্থাতকৈ কিছু তললৈ সোমাই যা।

Contributed by: Anup Raj Hazarika on 2025-05-11
2. (Verb-Intran.) to sink or bend downward by weight or pressure, especially in the middle. বিশেষকৈ মাজভাগত ওজন বা চাপৰ ফলত তলফাললৈ ডুব যা বা ভিৰ ল ৷